লখিমপুৰঃ আজি লখিমপুৰত অসম চৰকাৰৰ নেতৃত্বত ৰাজ্যৰ মাইক্ৰ’ফাইনেঞ্চ ঋণগ্ৰস্ত মহিলা সকলক ঋণ মাফ তথা চেক বিতৰণ কৰে।

লখিমপুৰ জিলাৰ লালুকৰ স্থায়ী প্ৰেক্ষাগৃহত জিলাখনৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে লখিমপুৰ সাংসদ প্ৰদান বৰুৱা, কৰুণাবাৰী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া, আঞ্চলিক পঞ্চায়ত সভাপতি প্ৰাঞ্জল শইকীয়া, দুলাল দত্তকে ধৰি প্ৰায় সকল বিষয়া কৰ্মচাৰী।

কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ ৩০০ গৰাকী মহিলাক মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ চেক বিতৰণ কৰা হয়।

লগতে পঢ়কঃঅসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ দাহালৰ পদত্যাগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply