লখিমপুৰৰ পৰা পল্লব মিলিঃ আজিও সন্ধানহীন বনভোজ খাবলৈ গৈ সোৱণশিৰিত নিখোজ হোৱা লখিমপুৰৰ কদম কাকৈৰ টুটু গগৈ নামৰ ব্যক্তিজন।

দেওবাৰে সোৱণশিৰি নৈৰ পাৰত বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ সোৱণশিৰি নৈত গা ধুবলৈ নামিছিল ব্যক্তি জন।

লগতে পঢ়কঃমৰাণৰ বামুনবাৰী ২ নং দীঘলীয়াত অগ্নিকাণ্ড

ইয়াৰ পিছতেই সোৱণশিৰিত নিখোজ হয় টুটু গগৈ।

লখিমপুৰৰ বাধাকৰাত সংঘটিত হৈছে এই ঘটনা ।

ঘটনাস্থলীত বগীনদী আৰক্ষীৰ লগতে SDRF বাহিনী উপস্থিত হৈ দেওবাৰৰ পৰা ব্যক্তিজনৰ সন্ধানত নামি পৰিছে যদিও এই পৰ্যন্ত সন্ধান নাই টুটু গগৈৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply