লখিমপুৰঃ লখিমপুৰ জিলাৰ ধলঘাট ভীমপৰাৰ পৰা কিশোৰী সন্ধানহীন।

সন্ধানহীন কিশোৰীগৰাকীৰ নাম সৰুমাই দাস।

নিৰুদ্দেশ হোৱা কন্যাক বিচাৰি এতিয়া হাবাথুৰি খাইছে পিতৃ-মাতৃয়ে।

কোনো সদাশয় ব্যক্তিয়ে সৰুমাই দাসক দেখা পালে 93657 02688 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পিতৃ-মাতৃয়ে।

লগতে পঢ়কঃ“সংৰক্ষণৰ অবিহনে অসম গৌৰৱ বটাঁ মূল্যহীন”হেমপ্ৰভা চুতীয়া

জানুৱাৰী ৬ তাৰিখে পিতৃ নিৰঞ্জন দাসে নিশা প্ৰায় ১০বজাত চৰ সোধোৱাত ঘৰৰ পৰা ওলাই আহিছিল কিশোৰীগৰাকী।

এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে পিতৃ -মাতৃয়ে।

সৰুমাই দাসৰ খবৰ নোপোৱাত চিন্তিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোক ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply