পল্লব মিলি, লখিমপুৰ: লখিমপুৰ জিলাৰ ঢকুৱাখনা পথ উন্নয়ন সমিতিৰ উদ্যোগত পুর্বাঞ্চলবাসীৰ সহযোগত বিশাল গণ সমাবেশ ঘাগৰ ঘাটত। 

উত্তৰ লখিমপুৰ আৰু ঘূণাসুতি সংযোগী সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা পকী দলঙৰ মূল সংযোগী পথ ঘূণাসুতিৰ মাজেৰে যোৱা পুৰণি ঢকুৱাখনা পথটো বাহাল ৰখাৰ দাবীৰে ওলাই আহিছে ৰাইজ।

ঢকুৱাখনা পথ উন্নয়ন সমিতিৰ লগতে ৰাইজৰ এটাই দাবী যে- অসম চৰকাৰে লখিমপুৰ , ঘূণাসুতি আৰু ঢকুৱাখানা সংযোগী সোৱণশিৰি ঘাগৰ নদীৰ ওপৰত পকী দলংৰ মূল সংযোগী পথ ঘূণাসুতিৰ মাজেৰে যোৱা পুৰণি ঢকুৱাখনা পথটোৰে নিৰ্মাণ কৰি দিবলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply