লখিমপুৰঃ লখিমপুৰত জিলা কংগ্রেছৰ অৱস্থান ধৰ্মঘট।

অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বাবে প্ৰদেশ কংগ্রেছৰ নিৰ্দেশত উপায়ুক্তৰ কাৰ্য্য ালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ।

লগতে পঢ়কঃবাংলাদেশত পূজা মণ্ডপত আক্ৰমণ কৰাকলৈ ডিফুত উত্তাল প্ৰতিবাদ

বিজেপিয়ে জনগণৰ ওপৰত অত্যাচাৰ চলোৱা, দেশৰ সম্পদ বিক্ৰী কৰা, বিধায়ক কিনা-বেচা কৰা আদিৰ বাবে তীব্র গৰিহণা দি ২০২৪ত বিজেপি নিঃশেষ কৰি কংগ্রেছক ক্ষমতালৈ অনা হ’ব বুলি সকিয়নী প্ৰতিবাদী কংগ্রেছ কৰ্মীসকলৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply