লখিমপুৰঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ।

অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰ জিলাৰ মাজমজিয়াত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ।

কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰক ধিক্কাৰ আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

লগতে পঢ়কঃকামপুৰত বন্যহস্তীৰ সন্ত্ৰাস

মোডীৰ সলনি আদনিক মুখ্যমন্ত্রী পাতিব লাগে বুলিও তাচ্ছিল্য কৰে প্ৰতিবাদকাৰীসকলে।

মূল্যবৃদ্ধি ৰোধ নকৰিলে চৰকাৰে অনাগত সময়ত তীব্র প্ৰতিবাদৰ সন্মুখীন হব লাগিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply