লখিমপুৰঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উত্তাল প্ৰতিবাদ।

উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট আমছুৰ লখিমপুৰ জিলা সমিতিৰ।

‘যোগান মন্ত্ৰীক পদত্যাগ কৰক’, ‘অসম চৰকাৰ হায় হায়’ আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলো প্ৰতিবাদকাৰীসকলে।

YouTube video

লগতে পঢ়কঃপ্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব: নগাঁৱৰ আৰক্ষী অধ্যক্ষ

মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান মন্ত্রীৰ পদত্যাগৰ দাবী জনাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লখিমপুৰ জিলা সমিতিয়ে।

অচিৰেই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে আমছুয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply