লখিমপুৰ,পল্লৱ মিলিঃ লখিমপুৰত উচ্চ শিক্ষাৰ সোণালী যুগৰ সূচনা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ আঁচনিৰে অসমৰ চাহবাগিচা সমূহত আদৰ্শ বিদ্যালয় স্থাপনৰ সপোন বাস্তৱিকত পৰিণত কৰাৰ উদ্দেশ্য সফল হয়।জিলাখনৰ ডীজু চাহ বাগিছা আৰু চিয়াজুলী চাহ বাগিছাত দুখনকৈ নৱনিৰ্মিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে মন্ত্রী সঞ্জয় কিষাণে।

লগতে পঢ়কঃবৰপেটাৰোড ৰে’ল ষ্টেচনত উদ্ধাৰ এগৰাকী নাবালিকা

পিছে নৱনিৰ্মিত বিদ্যালয়ত মেলিলে চিৰাল ফাট। মেৰামতি চলি থকা অৱস্থাতেই শুকুৰবাৰে বিদ্যালয় উন্মোচন কৰে মন্ত্রী সঞ্জয় কিষাণে। বিসংগতিপূৰ্ণ ভাৱে বিদ্যালয় গৃহ নিৰ্মাণ কৰা ঠিকাদাৰক সংবাদ মাধ্যমৰ আগত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে মন্ত্ৰী সঞ্জয় কিষাণে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply