লখিমপুৰঃ কৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমান সূচক মন্তব্য কৰাৰ বাবে বিপদত পৰিল Youtuber। অৱশেষত লখিমপুৰত আহি ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল Youtuber মনোজ ভাই। জানিব পৰা মতে, এটা videoৰ জৰিয়তে এটা কৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমানসূচক মন্তব্য কৰিছিল মনোজে।

ইউটিউবাৰ দম্পত্তীৰ অপমানত ক্ষোভিত হৈ পৰে সমগ্ৰ অসমৰ কৈৱৰ্ত্ত জনগোষ্ঠী। অৱশেষত লখিমপুৰত উপস্থিত হৈ ক্ষমা বিচাৰে ইউটিউবাৰ মনোজ ভাই আৰু তেওঁৰ পত্নীয়ে। জানি বুজি সেই ভুল নাই কৰা বুলি মনোজে উল্লেখ কৰি সামাজিক ভাৱে তেনেকুৱা ভুল মন্তব্য নকৰো বুলিও সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় নেতা আৰু জিলা নেতাৰ আগত ক্ষমা বিচাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply