সোণাৰিঃ লাকুৱাত জলসিঞ্চন আঁচনি উদ্বোধন। অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সৌৰশক্তি চালিত নলীনাদ আঁচনি – ‘প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা’ৰ অধীনত চৰাইদেউ জিলাৰ লাকুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত লাসংগীয়া টিপমীয়া গাওঁত স্থাপন কৰা জলসিঞ্চন আঁচনি সোমবাৰে উদ্বোধন কৰে অসমৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে ।

আৰু পঢ়কঃভাতৃ-ভগ্নীৰ মৃতদেহ উদ্ধাৰ : মূল অভিযুক্ত আলিউল ইছলামৰ ৰহস্যজনক আত্মসমৰ্পণ

এই আঁচনিৰ দ্বাৰা বৰ্তমান মাহমৰা সমষ্টিৰ বহু কৃষকবন্ধু উপকৃত হ’ব বুলি আশা কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানতেই জিলা প্ৰশাসনৰ বিষয়া, জলসিঞ্চন বিভাগৰ বিষয়াৰ উপৰিও কৃষি খণ্ডৰ বিষয়া সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply