হোজাই লামডিং বনাঞ্চলৰ জাংজুৰ উচ্চেদিতৰ শিৱিৰত উত্তপ্ত পৰিস্থিতি।
উচ্চেদিত চাকমা সম্প্ৰদায়ৰ এগৰাকী যুৱতীক শ্লীনতাহানীৰ চেষ্টাৰ অভিযোগ বনকৰ্মী ধীৰাজ মোহন কলিতাৰ বিৰুদ্ধে।
উত্তেজিত জনতাই আবদ্ধ কৰি ৰাখে বন কৰ্মী গৰাকীক।
আবেলি জলকীয়া আনিবলৈ জংঘললৈ যোৱাৰ সময়তে বন কৰ্মীগৰাকীয়ে শ্লীনতাহানীৰ চেষ্টা কৰাৰ অভিযোগ যুৱতীগৰাকীক।
যুৱতীগৰাকীৰ লগত যোৱা লগৰীয়াই প্ৰত্যক্ষ কৰি শিবিৰত খৱৰ দিয়াত উত্তপ্ত হৈ পৰে পৰিস্থিতি।
ইতিমধ্যে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বনকৰ্মীগৰাকীক উদ্বাৰ কৰি লামডিং আৰক্ষী থানালৈ লৈ যায়।
লগতে পঢ়ক-কাজিৰঙাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পৰ্যটন নিবাস উচ্ছেদ