লংকাঃ লংকাৰ ষ্টেচন ৰোডৰ পৰা নকল সোণসহ আটক দুই সৰবৰাহকাৰী। আৰক্ষীয়ে দুই সৰবৰাহকাৰীৰ পৰা জব্দ কৰিছে ১৬খন নকল সোণৰ বিস্কুট।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হোজাই আৰক্ষী আৰু লংকা আৰক্ষীয়ে চলাইছিল এই অভিযান।

বিক্ৰীৰ উদ্দেশ্যৰে সৰবৰাহ কৰা হৈছিল নকল সোণখিনি। ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply