লংকাঃ হোজাই জিলাৰ লংকাত মাছৰ বজাৰত অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় বহু পৰিমাণৰ মাছ।

জাবৰত ভূলবশত অগ্নিসংযোগ হৈ জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

লংকা পৌৰসভাৰ গাফিলতিৰ বাবে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়কঃচিকিৎসকৰ অৱহেলাত তেজপুৰত নৱজাতকৰ মৃত্যু

অৱশেষত ঘটনাস্থলীত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply