প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

লংকা- লংকাৰ আদৰ্শপল্লী ৯ নং ৱাৰ্ডত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

ঘৰৰ চোতালৰ আৱৰ্জনা জ্বলাওতে দুৰ্ভাগ্যবশতঃ বাসগৃহলৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

এই জুইয়ে পাচঁটাকৈ বাসগৃহলৈ পৰ্যবেশিত হয় ।

আৰু পঢ়কঃ আমগুৰিত দহদিনীয়া বিহু কৰ্মশালাৰ সফল সমাপ্তি

ফলত পাচঁটাকৈ পৰিয়ালৰ গৃহ জুইত জাহ যায়।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও

কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।

আৰু পঢ়কঃ কলগাছিয়াত মছজিদত নামাজ পঢ়ি থকা অৱস্থাতে চোকা অস্ত্ৰৰে ব্যক্তিক আক্ৰমণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,737 other subscribers

Leave a comment

Leave a Reply Cancel reply