লংকা- লংকাৰ আদৰ্শপল্লী ৯ নং ৱাৰ্ডত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।
ঘৰৰ চোতালৰ আৱৰ্জনা জ্বলাওতে দুৰ্ভাগ্যবশতঃ বাসগৃহলৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
এই জুইয়ে পাচঁটাকৈ বাসগৃহলৈ পৰ্যবেশিত হয় ।
আৰু পঢ়কঃ আমগুৰিত দহদিনীয়া বিহু কৰ্মশালাৰ সফল সমাপ্তি
ফলত পাচঁটাকৈ পৰিয়ালৰ গৃহ জুইত জাহ যায়।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও
কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।
আৰু পঢ়কঃ কলগাছিয়াত মছজিদত নামাজ পঢ়ি থকা অৱস্থাতে চোকা অস্ত্ৰৰে ব্যক্তিক আক্ৰমণ