লংকাঃ লংকাৰ ২নং মাইনাগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড। পত্নীক পীৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে। পাৰিবাৰিক কন্দলৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃঅসমত কংগ্ৰেছ দলটো নিংশেষ হোৱাৰ পথত : সাংসদ দিলীপ শইকীয়া

নিহত মহিলা গৰাকীৰ নাম কাঞ্চন ইংতিপি। হত্যাকাৰী ৰতেন বসুমতাৰী বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত কাকী আৰক্ষীয়ে তদন্ত চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply