লংকাঃ উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰ সংঘৰ সেৱা সংগঠন সেৱা বাহিনীৰ ৰূপালী জয়ন্তী উৎসৱ অহা ইংৰাজী ৮ আৰু ৯ অক্টোবৰ তাৰিখে আয়োজন কৰা হৈছে।
হোজাই জিলাৰ কাকীত হোজাই জিলা সেৱা বাহিনীৰ উদ্যোগত ১ নং কাকী ডেকাগিৰি সমন্বয় ক্ষেত্ৰত পূৰ্ণ প্ৰস্তুতি চলাইছে ৷
লগতে পঢ়কঃকাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা তিনি বাংলাদেশীৰ
সেই অনুষ্ঠানৰ বাবে কাকীৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত অহাকালি মুল মণ্ডপৰ লাইখুটা স্থাপন কৰে।
লগতে কাকীবাসী ৰাইজৰ সহায় সহযোগীতাত অনুস্থানটি সফল্যমণ্ডিত হ’ব বুলি প্ৰকাশ কৰে আদৰণী সমিতিয়ে।