দৰংঃদৰং জিলাত আবকাৰী বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা।

দৰং জিলাৰ আবকাৰী অধীক্ষক সীমান্ত বসুমতাৰীৰ নিৰ্দেশ মৰ্মে দৰং জিলাৰ আবকাৰী বিভাগে মঙ্গলবাৰে ছিপাঝাৰ থানাৰ অন্তৰ্গত বিষ্ণুপুৰ গাৱৰ চ’কত অভিযান চলাই দীপক ডেকা (৪০) নামৰ ব্যক্তি এজনৰ পৰা তিনি কাৰ্টুন সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়কঃখেৰণিৰ ‘হাৱাইপুৰ লিফ্ট জলসিঞ্চন’ প্ৰকল্পৰ আধাৰশিলা উদ্ধোধন


ইতিমধ্যে দিপক ডেকাক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। এই অভিযানত অংশ লয় ছিপাঝাৰ আবকাৰী চাৰ্কোলৰ ভাৰপ্ৰাপ্ত আবকাৰী পৰিদৰ্শক প্ৰিনচন দৈমাৰীয়ে আৰু দৰং জিলাৰ আবকাৰী দলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply