লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ সন্মান লাভ কৰে গুৱাহাটীৰ মৌচুমী বৰাই
লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ সন্মান লাভ কৰে গুৱাহাটীৰ মৌচুমী বৰাই

নিউজ ডেস্কঃ শনিবাৰে অনুষ্ঠিত হোৱা গুৱাহাটীৰ অন্যতম ঐতিহাসিক লতাশিল বিহু সন্মিলনৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞীৰ সন্মান লাভ কৰে গুৱাহাটীৰ মৌচুমী বৰুৱাই।

মৌচুমী বৰুৱাৰ শিৰত বিহু সম্ৰাজ্ঞীৰ মুকুট পিন্ধালে প্ৰাক্তন বিহু সম্ৰাজ্ঞী পাহাৰী বৰুৱাই।

বিহুৰাণীৰ খিতাপ লাভ কৰে লখিমপুৰৰ ঋদ্ধি ৰাণী দলে আৰু বিহু কুঁৱৰীৰ সন্মান লাভ কৰে পাহাৰী বুঢ়াগোহাইয়ে।

তেওঁক ৩১ হাজাৰ নগদ ধন পাঁচ গ্ৰাম সোণ আৰু চলন্ত বটাঁ প্ৰদান কৰা হয়।

শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ অৰ্জন কৰে চুমকা বিহুৱা দলৰ ঢুলীয়া গোলাঘাটৰ বলিন শইকীয়াই৷

শ্ৰেষ্ঠ পেপুৱা খিতাপ লাভ কৰে দেৱজিৎ তামুলীলৈ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply