জব্দ অৰুণাচলী সুৰা

শোণিতপুৰৰ লখৰাত আবকাৰী অভিযান। জব্দ কৰিলে অৰুণাচলী সুৰা।

উল্লেখ্য যে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লখৰাত কৰোনা মহামাৰীয়ে লৈছে ভয়ংকৰ ৰূপ লখৰাত কৰোনাত আক্ৰান্ত সংখ্যা দিনক দিনক দিনে বৃদ্ধি পাই থকা উদ্ধিন্ন হৈ পৰিছে সকলো।

ইমিমধ্যে কৰোনাৰ কবলত পৰি যোৱাকালিৰ দিনটোত দুজনকৈ লোকে কৰুন মৃত্যুক সাৱতি লবলগা হৈছে। ইয়াৰ পাছতো যেন গা- লৰানাই একাংশ কাণ্ডজ্ঞান হীন লোকৰ

অঞ্চলটোত ইমান এটা ভয়ংকৰ সময়তো একাংশই চলাই আছে অৰুনাচলী সুৰাৰ ৰমৰমীয়া বেহা। আজি পুৱাই ৰঙাপৰা আবকাৰী বিভাগে অভিযান চলাই লখৰাৰ বহু ঠাইত প্ৰায় ৩০-৪০,০০০ টকা মূল্যৰ অৰুনাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক সময় ওচৰ চাপি আহিছে যদিও এতিয়াও অনিশ্চয়তাত টকিঅ’ অলিম্পিক ২০২১

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply