গুৱাহাটীঃ দৌলযাত্ৰা উপলক্ষে ১৯মাৰ্চত কামৰূপ জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে।
কামৰূপ জিলা প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰিছে এক নিৰ্দেশনা।
উক্ত দিনটোত কামৰূপ জিলাৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব।
অৱশ্যে পৰীক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নিৰ্দেশনা।