গুৱাহাটীঃ ব্ৰহ্মপুত্ৰৰ ওপৰত পোন প্ৰথমবাৰৰ বাবে বৃহৎপৰিমাণৰ সামগ্ৰী কঢ়িয়াই গুৱাহাটী আহি পালেহি ৯০মিটাৰ দৈৰ্ঘৰ মালবাহী জাহাজ। পশ্চিমবংগৰ হালদিয়াৰ পৰা আহি পাণ্ডুত উপস্থিত হ’ল জাহাজখন।

লগতে পঢ়কঃঘূণাসুঁতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হ’ল শিক্ষান্ত পৰীক্ষা

জাহাজখনে কঢ়িয়াই আনিছিল ২০০০মেট্ৰিকটন ষ্টীল। ১৬ফেব্ৰুুৱাৰীত পশ্চিমবংগৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল জাহাজখনে। জাহাজখনৰ ফ্লেগ অফ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।কাৰ্গো এই জাহাজ খনক আদৰণি জনালে আভ্যন্তৰীণ জলপৰিবহণ বিভাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply