লামডিংঃ লামডিঙত উদ্ধাৰ হয় অচিনাক্ত ব্যক্তিৰ মৃতদেহ।

লামডিং আৰু পাথৰখলা ৰেল ষ্টেচনৰ মাজত ৰেলৱে ক্ৰচিং গেটৰ সমীপতে উদ্ধাৰ মৃতদেহটো।

স্থানীয় লোকে মৃতদেহটো প্রত্যক্ষ কৰি লামডিং ৰেল আৰক্ষীক খবৰ দিয়ে।

আৰু পঢ়কঃদাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা বিবেকৰ মৃত্যু

ৰেলৰ খুন্দাত লোকজনৰ মৃত্যু হোৱা বুলি লামডিং ৰেল আৰক্ষীয়ে সন্দেহ কৰিছে।

মৃত ব্য়ক্তিগৰাকীৰ বয়স আনুমানিক ৫০ বছৰ বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।

আৰু পঢ়কঃ মণিপুৰ আৰু মেঘালয়ত সান্ধ্য আইন বলবৎ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply