লামডিংঃ লামডিং ডিভিজনৰ আগৰতলাত ভয়ংকৰ ৰেল দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক।

নিহত দুজন  ৰে’ল কৰ্মচাৰী অখিল যাদৱ, ৰাজেশ সিনহা।

আৰু পঢ়কঃহাটশিঙিমাৰী সপ্তাহিক বজাৰত চৰকাৰী নিৰ্দেশনাৰ বিপৰীত ছবি

ৰেল ইঞ্জিন আৰু ট্ৰলীৰ মুখামুখী সংঘৰ্ষত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত উত্তম সৰকাৰ আৰু বিপ্লৱ মণ্ডল নামৰ লোক দুজনো গুৰুতৰভাৱে আহত হয়।

আৰু পঢ়কঃতিনিচুকীয়া জিলাৰ কভিড পৰিস্থিতি পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply