লামডিংঃ হোজাই জিলাৰ লামডিং-লংকা সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ অগৰ কাঠ জব্দ।

লামডিং আঞ্চলিক বন বিভাগে অভিযান চলাই এখন টাটা এচি গাড়ীসহ জব্দ কৰে প্ৰায় ৫৭৫ কেজি কাঠ।

লগতে দুজন লোককো আটক কৰিছে। আটক কৰা ব্যক্তি দুজনৰ নাম মহম্মদ জিয়াউল হক আৰু মহম্মদ নিজামুদ্দিন।

লগতে পঢ়কঃপাৰ্কিঙৰ নামত ৰাইজে ভুগিছে যমৰ যাতনা

জব্দ কৰা টাটা গাড়ীখনৰ নম্বৰ এএছ-০২-বিচি-৭৮২৮।

হাৰাংগাজাৰ পৰা হোজাই অভিমুখে কাঠখিনি লৈ যোৱাৰ সময়ত বনবিভাগে জব্দ কৰে কাঠখিনি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply