গুৱাহাটীঃ বুধবাৰে পুৱাই অহা ভূমিকম্পৰ সময়ত গুৰুতৰভাৱে আহত হয় অভিনেত্ৰী মাধুৰীমা চৌধুৰী।
ভূমিকম্পৰ আতংকত দৌৰোতে পিচলি পৰি আঘাতপ্ৰাপ্ত হয় অভিনেত্ৰী গৰাকী।
অভিনেত্ৰী গৰাকী এখন হাত তিনি টুকুৰাকৈ ভাগে ।
বৰ্তমান তেওঁ মহানগৰীৰ প্ৰতীক্ষা হস্পিতালত চিকিৎসাধীন।
ইফালে এই ভূমিকম্পৰ সময়ত ৰেড এফ এমৰ আৰ.জে প্ৰণামিকা ভূঞায়ো গুৰুতৰ ভাৱে আহত হয়।
ভূমিকম্পৰ আতংকত দৌৰোতে পিচলি পৰি ভৰিত আঘাত পায়। বৰ্তমান তেওঁৱো হস্পিতালত চিকিৎসাধীন হৈ আছে।