চৰাইদেউ জিলাৰ মৰাণৰ সমীপৰ লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱৰ ৰাইজে এইবাৰ ব্যতিক্ৰমী ধৰণে পাতিছে ভোগালী বিহু। পথাৰৰ নৰা পৰিৰ্ৱত্তে বিলৰ পৰা তৰা গছ আনি দিচাং নদীৰ বালিচৰত এনেদৰে ভেলাঘৰ নিৰ্মাণ কৰিছে ৷

লগতে দুটাকৈ ৩০ ফুট সুউচ্চ মেজি নিৰ্মাণ কৰি উলিয়াইছে ৷ গাওঁখনৰ প্ৰায় ১৫০ ঘৰ লোকে বিগত বছৰ সমূহৰ দৰেই ডেকা গাভৰু , জীয়াৰী বোৱাৰী সকলে এনেদৰে প্ৰস্তুতি চলাইছে ভোগৰ উৎসৱ।

আনহাতে বোৱাৰী সকলে ঘৰতেই নিজৰ আখলত ব্যস্ত পিঠা-পনা প্ৰস্তুত কৰাত। মুঠতে ৰাজ্যৰ চাৰিওফালে ভোগালীক আদৰিবলৈ সাজু হৈছে অসমৰ প্ৰতিজন অসমীয়া।

লগতে পঢ়ক-লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডিএছপি হিচাপে নিযুক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply