মাজুলীঃ মাজুলীৰ গৰাখহনীয়াৰ পৰিস্থিতি বুজ ল’বলৈ মাজুলীত উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ বৰুৱা, উপদেষ্টা উদ্দীপ গগৈৰ লগতে এটি সজাতি দল।

দলটোৱে শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন কৰে।

লগতে পঢ়কঃহোজাইত নিশা এটিএম কাটি চোৰে লুটি নিলে সমগ্ৰ ধন


ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰি মাজুলী সুৰক্ষা দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ লগতে টি কে নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে আছুৰ দলটো।

পাঁচ বছৰ মুখ্যমন্ত্ৰী হৈ সৰ্বানন্দ সোণোৱালে নিজ সমষ্টি মাজুলীৰ সুৰক্ষা কৰিব নোৱাৰাটো দুৰ্ভাগ্য কথা বুলি অভিহিত কৰি বিধানসভাত এই বিষয় সৰৱ চৰ্চা কৰিবলৈ দাবী উত্থাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply