মাজুলীঃ মাজুলী গড়মূৰ কমলাবাৰী সংযোগী পথত পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে এখন চাৰি চকীয়া বাহন।
আৰু পঢ়কঃজুৰীয়াত সন্ত্ৰাসৰ সৃষ্টি কৰিলে পাঁচটাকৈ বনৰীয়া হাতীয়ে
মাজুলী অগ্নি নিৰ্বাপক কাৰ্যালয় সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
দুৰ্ঘটনাত আহত চালকজনক মাজুলী জিলা অসামৰিক চিকিৎসালয় লৈ লৈ যোৱা হৈছে।