মাজুলীঃ মাজুলী শালমৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।

ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ।

ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ নামত কোনো ধৰণৰ ব্য়ৱস্থা গ্ৰহণ নকৰাৰ বাবে ব্ৰহ্মপুত্ৰ বৰ্ডৰ লগতে TK নামৰ কোম্পানীটোৰ বিৰুদ্ধে সৰৱ মাজুলীবাসী।

লগতে পঢ়কঃজনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত ক্ষোভিত মৰাণ ছাত্ৰ সন্থা

বুধবাৰে যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰায় ডেৰ শতাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply