বন্ধ কৰি দিয়া হৈছে নিমাতি-মাজুলী সংযোগী ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে জিলা প্ৰশাসনে অনিৰ্দিষ্ট সময়লৈ ফেৰী সেৱা বন্ধ কৰিছে । অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ যাৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে মাজুলী-নিমাতী ফেৰী সেৱা ৷ কেৱল মাজুলী-নিমাতী ফেৰী সেৱাই নহয় জিলা প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব নিমাতী-কমলাবাৰী আৰু অন্যান্য ফেৰী সেৱাও ৷

ইফালে আগতীয়াকৈ জাননী নিদিয়াকৈ মাজুলী – নিমাতী ফেৰী সেৱা বন্ধ কৰাত যাত্ৰীৰ দুৰ্ভোগ।কমলাবাৰী ফেৰী ঘাটত যাত্ৰীৰ ভিৰ। বিভিন্ন কামত মাজুলীৰ পৰা যোৰহাটলৈ যাব লগীয়া এই সকল লোকে অনলাইন টিকট কৰি থৈছিল। বাৰিষাত চলাব পৰা ৰ ‘ প্রেক্স সেৱাও বন্ধ কৰিলে আগ জাননী নিদিয়াকৈ প্ৰশাসনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply