মাজুলীঃ মাজুলী জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সজাগতা মূলক কাৰ্যসূচী ৷

মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিব লগীয়া পথ সুৰক্ষামূলক ব্যৱস্থাৱলীৰ বিষয়ে সজাগতা আনিবলৈ মাজুলীৰ কমলাবাৰী, গড়মুৰ , ফুলনি, নতুন বজাৰ , জেংৰাইমুখ আদিকে ধৰি বিভিন্ন স্থানত সজাগতা মূলক বাটৰ নাট কাৰ্যসূচী অনুষ্ঠিত কৰিছে ৷

লগতে পঢ়কঃমাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীৰ পুত্তলিকা দাহ

এই কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে হেলমেট পিন্ধি মটৰ চাইকেল চলোৱা আৰু যানবাহন আইন মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাই আৰক্ষী প্ৰশাসনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply