মাজুলীঃ পুনৰ ব্ৰহ্মপুত্ৰত শোকাবহ ঘটনা।
দক্ষিণ মাজুলীত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ দুই শিশুৰ সলিল সমাধি ।
মৃত শিশু দুটিৰ নাম ৰাধিকা দাস(৮), উষা দাস (৬)।
লগতে পঢ়কঃকেনেদৰে চলিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দিচাংমুখ ফেৰী ঘাট
দক্ষিণ মাজুলীৰ আহতগুৰিৰ হোতাৰ অঞ্চলত সংঘটিত হয় এই ঘটনা।
স্থানীয় ৰাইজে উদ্ধাৰ কৰে শিশু দুটিৰ মৃতদেহ।