মাজুলীঃ ৪০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ কাৰকিচুক মিচিং গাঁৱত থকা ফুলেশ্বৰী থানত দুৰ্গা পুজাৰ আয়োজন।

জনজাতীয় ৰাইজৰ উদ্যোগত মাজুলীৰ একমাত্ৰ দুৰ্গা পূজাথলী খনত প্ৰতিবছৰে আয়োজিত হৈ আহিছে এই দুৰ্গা পূজাখনি।

লগতে পঢ়কঃপুনৰ গুৱাহাটীৰ ফেৰীত অঘটন

জাকজমকতাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিকতাৰে শ্ৰীশ্ৰীফুলেশ্বৰী দেৱী থানত অনুষ্ঠিত হৈছে আজি মহা অষ্টমীৰ পূজা।

জনবিশ্বাস মতে, এই থানত ভক্তিভাবেৰে সেৱা কৰিলে পূৰ্ণ হয় মনোকামনা।
প্ৰতি বছৰৰ দৰে এইবাৰো ফুলেশ্বৰী থানত ভক্তৰ ভিৰ। ইতিহাস প্ৰসিদ্ধ থানখনলৈ মা -দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তগণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply