নিউজ ডেস্কঃ মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ আছে দুখনকৈ যাত্ৰীবাহী ফেৰী।
নদীৰ মাজত ঘন কুঁৱলীৰ বাবে আবদ্ধ হৈ পৰিল ফেৰীদুখন।
দুয়োখন ফেৰীতে আছে শতাধিক যাত্ৰী।
আৰু পঢ়কঃধেমাজিত মাছ ধৰিবলৈ আহি ২ ছাত্ৰৰ কৰুণ মৃত্যু
মাজুলী-যোৰহাট আৰু যোৰহাট -মাজুলী অভিমুখী আছিল ফেৰীদুখন।
কালিৰে পৰা দ্ৰুতগতিত বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী ফলত নদীৰ মাজত ঘন কুঁৱলীৰ সৃষ্টি হৈছে।
দুুয়োখন ফেৰীৰে যাত্ৰী সকল নিৰাপদে আছে বুলি জানিব পৰা গৈছে।