মাজুলীঃমাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাই চাপৰিত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।
নিশা ২ বজাত সংঘটিত হয় এই বৃহৎ অগ্নিকাণ্ডৰ ঘটনা হয় ।
অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় দুটাকৈ বাসগৃহ।
আৰু পঢ়কঃহাঁহচৰাৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতী আক্ৰান্ত দুৰাৰোগ্য ৰোগত!চিকিৎসা কৰিবলৈ ধনৰ অভাৱ
আবং পাতিৰ নামৰ লোকজনৰ বাসগৃহ জাহ যোৱাৰ লগতে দুই লক্ষধিক সম্পত্তি জাহ যায় ।
অগ্নিনিৰ্বাপক লোক উপস্থিত হোৱাৰ আগতে সম্পূৰ্ণ ভাৱে জুইত জাহ যায় বাসগৃহ দুটা।
কি কাৰণত জুইৰ সূত্ৰপাত ঘটিল সেই সন্দৰ্ভত জানিবলৈ পৰা হোৱা নাই।