মাজুলীঃ ক্ৰমান্বয়ে বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ।

বানত বুৰ গৈছে মাজুলীৰ নপৰীয়া অধিকাংশ গাওঁ।

বানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মাজুলীবাসী ৰাইজে।

নামনি মাজুলীৰ চেলেক, কমলপুৰকে ধৰি বান বিধস্থ তিনিখন গাঁৱৰ বান পীড়িত ৰাইজৰ মাজত উপস্থিত হয় সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ ৰ সম্পাদিকা কৃষ্ণা দাস। তেওঁ মাজুলী বাসী ৰাইজৰ দুখ-দুৰ্দশা বুজ ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

কংগ্ৰেছৰ সৰ্বভাৰতীয় যুব কংগ্ৰেছ ৰ সম্পাদিকা কৃষ্ণা দাসে প্ৰায় ৫০০ পৰিয়ালক বান সাহায্য প্ৰদান কৰে ।

লগতে পঢ়কঃকংগ্ৰেছৰ সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা এআইইউডিএফৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply