মাজুলীঃ মাজুলীৰ গড়মূৰ সত্ৰত অঘটন। হঠাৎ ভাগি পৰিল সত্ৰৰ ঐতিহাসিক যাদু ঘৰৰ বেৰ।

যি যাদু ঘৰত সংৰক্ষিত হৈ আছিল ঐতিহাসিক সম্পদৰাজি।

লগতে পঢ়কঃৰূপহীহাট আৰু জুৰীয়াৰ কেইবাখনো গাঁও কৃত্ৰিম বানৰ কবলত

এই যাদু ঘৰটো মাজুলীৰ প্ৰথমটো দুমহলীয়া কাঠৰ ঘৰ আছিল।

স্বাধীনতা সংগ্ৰামী পীতাম্বৰ দেৱ গোস্বামীৰ স্মৃতি বিজড়িত হৈ থকা এই ঘৰটো ভাগি পৰাত নিৰাপত্তাহীনতাত এতিয়া সত্ৰৰ সম্পদৰাজি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply