মাজুলীঃ অৱশেষত মাজুলীবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণৰ পথত।  বহুপ্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম অতি শীৰ্ঘ্ৰেই আৰম্ভ হ’ব।

শুকুৰবাৰে মাজুলীত উপস্থিত হয় ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক বিমল বৰা।

মাজুলীলৈ আহি দক্ষিণপাটত মাজুলী- যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ স্থান পৰিদৰ্শন বিত্ত মন্ত্ৰী গৰাকী।
লগতে পঢ়কঃবাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

অজন্তা নেওঁগক সংগ দিয়ে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই।

ইফালে অহা ২৯ নৱেম্বৰত দক্ষিণপাটত দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply