যোৰহাট নিমাতিঘাটত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিলে এজন যুৱকে । আজি ১০-৩০ বজাত নিমাতিৰ পৰা অফলামুখলৈ যাব লগা চেনিমাই-২ নামৰ ফেৰীখনৰ পৰা নদীত জাঁপ দিয়ে যুৱকজনে । বৰ্তমান পৰ্যন্ত যুৱকজনক উদ্ধাৰ কৰিব পৰা নাই ।

যুৱকজন যোৰহাটৰ চোলাধৰাৰ সমীৰণ বৰা বুলি চিনাক্ত কৰা হৈছে। SDRF ‍বাহিনীয়ে চলাই আছে উদ্ধাৰ অভিযান। ফেৰীখনত মুঠ ৪৮গৰাকী যাত্ৰী আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply