মাজুলীঃ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মাজুলীত আৰক্ষীৰ অভিযান। মাজুলীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে গাঞ্জা সহ এজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

মাজুলী বালিছাপৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া জোনমনি ৰাভাৰ নেতৃত্বত চলোৱা অভিযানত ধুনাগুৰী ঘাটৰ পৰা গাঞ্জা সহ এজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰে।

আৰু পঢ়কঃনাজিৰাৰ শিমলুগুৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

আটকাধীন লোকজন মাজুলী চিলাকলাৰ চেগুন দাস।

ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে জিলাখনৰ কেইবাঠাইত কেইবাটাও চুলাই মদৰ ঘাঁটি উৎখাত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply