মাজুলীঃ নাও দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল মাজুলী। মুখ্যমন্ত্ৰী উপস্থিতিৰ পাছতে আছু আৰু মাজুলীবাসীৰ প্ৰতিবাদত উত্তপ্ত মাজুলী ।
ব্ৰহ্মপুত্ৰৰ ফেৰী দুৰ্ঘটনাৰ ঘটনাৰ উচিত তদন্ত বিচাৰি আছু যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে সৰ্বানন্দ সোণোৱাল, জিলা উপায়ুক্ত বিক্ৰম কৈৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ।
লগতে পঢ়কঃঅধ্যাপিকা পৰিমিতা দাসৰ মৃত্যুত ৰঙাচাহী মহাবিদ্যালয়ত শোকাকুল পৰিবেশ
আজি মাজুলীৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখিছে।
মাজুলীৰ ৰাইজৰ জীৱনক লৈ হেতালি খেলা সকলো দোষী বিষয়া কৰ্মচাৰী শাস্তি প্ৰদানৰ দাবীত মাজুলীবাসী ৰাইজৰ উত্তাল প্ৰতিবাদ।