মাজুলীঃ মাজুলী সদৰ গড়মূৰত বৃহৎ প্ৰতিবাদী সমদল। All India Democratic Student Organization নামৰ সংগঠনটোৰ উদ্যোগত বৃহৎ প্ৰতিবাদী সমদল উলিয়াই।
গড়মূৰ বংশী গোপাল নাট্য মন্দিৰৰ পৰা তিনিআলিৰ মাজেৰে সংগঠনটোৰ প্ৰতিবাদী কাৰ্যসূচী।
লগতে পঢ়কঃসোণাৰিত তুংগত উঠিছে ৰাসৰ আখৰা
শীঘ্ৰে মাজুলী-যোৰহাট দলং নিৰ্মাণ, বান খহনীয়া সমস্যা সমাধান, স্বাস্থ্য খণ্ডৰ উন্নয়ন আদি বিভিন্ন দাবীত পাঁচ শতাধিক প্ৰতিবাদ কাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদী সমদলত।