মাজুলীঃ কেইবাদিন ধৰি মাজুলীৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই থকা গঁড়টোক ট্ৰেংকুলাইজ কৰিবলৈ আপ্ৰাণ চেষ্টা।

গঁড়টোক ট্ৰেংকুলাইজ কৰিবৰ বাবে মাজুলীত উপস্থিত হয় ডিব্ৰু চৈখোৱাৰ এটা চিকিৎসকৰ দল।

লগতে পঢ়কঃশ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ

কেৰেলা চাপৰিত দুৰ্গম অঞ্চলত অৱস্থান কৰা বাবে গঁড়টোক ট্ৰেংকুলাইজ কৰাত অসুবিধা আহি পৰিছে বুলি মাজুলী জিলা বন বিষয়াৰ মন্তব্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply