মাজুলীঃ মাজুলীত গঁড়ৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন লোক।

আহত লোকজন মাজুলী চামগুৰিৰ মদন দাস(৫২) বুলি জানিব পৰা গৈছে।

ভৰিত, পিঠিত গুৰুতৰ ভাৱে আঘাত পাইছে লোকজনে।

লগতে পঢ়কঃডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব অধ্যাপক ড০ জীতেন হাজৰিকাক

আহত লোকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

মদন দাসে পুৱা বিললৈ জাল চাবৰ বাবে যাওঁতে সংঘটিত হয় এই ঘটনা।

কেইবাদিনো ধৰি মাজুলীৰ বিভিন্ন প্ৰান্তত বিচৰণ কৰি আছে গঁড়টোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply