মাজুলীঃ পুৱাই নামনি মাজুলীৰ বৰমুকলিত গঁড়ৰ সন্ত্ৰাস।
পথাৰৰ মাজত বিচৰণ কৰি আছিল গঁড়টোৱে।
পথাৰলৈ যোৱা কৃষকে প্ৰত্যক্ষ কৰে গড়টো।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টোৱে মাজুলীৰ চৰ অঞ্চলত বিচৰণ কৰি থকাত আতংকিত হৈছে মাজুলীবাসী।

লগতে পঢ়কঃবিধানসভাত ঋণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উত্তৰ