মাজুলীঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে ৰাসোৎসৱ। বাদ পৰি যোৱা নাই সত্ৰ পীঠ মাজুলী।

ৰাজ্যৰ আন আন ঠাইৰ তুলনাত ব্যতিক্ৰম মাজুলীৰ ৰাস। মাজুলীৰ ইমুৰৰ পৰা সিমুৰলৈ কেৱল ৰাস আৰু ৰাস।

দ্বিতীয় গকুল, মথুৰা- বৃন্দাবনলৈ পৰিণত হৈছে সত্ৰপীঠ মাজুলী।

লগতে পঢ়কঃগণসংগ্ৰামৰ জৰিয়তে লক্ষ্যপ্ৰাপ্তি সম্ভৱ, কৃষক আন্দোলনে প্ৰমাণ কৰিলে: অজাপ

মাজুলীৰ ৰাসত দৰ্শকৰ লানি নিচিগা ভিৰ। সমগ্ৰ দেশৰ দৰ্শনাথীয়ে ভিৰ কৰিছে মাজুলী।

সত্ৰ নগৰী মাজুলীলৈ মন্ত্ৰী, MLA সকলো আহিছে ৰাস উপভোগ কৰিবলৈ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথম দিনা ৰাস উপভোগ কৰা পিছত দ্বিতীয় দিনা মাজুলীত ৰাস উপভোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply