মাজুলীঃ মাজুলী শ্ৰীশ্ৰী আদি বিহিমপুৰ সত্ৰৰ ৰাজগুৰুৱাৰী গাঁৱৰ সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ পৰলোপ্ৰাপ্তি।

সোমবাৰে নিশা ৯বাজি ৫৮ মিনিটত মৃত্যু হয় সত্ৰাধিকাৰ গৰাকীৰ।

বার্ধক্যজনিত কাৰণত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০৫ বছৰ ।

আৰু পঢ়কঃমন্দিৰৰ ত্ৰিশূলেৰে একমাত্ৰ পুত্ৰক হত্যা কৰিলে পিতৃয়ে

তেখেতৰ মৃত্যুৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

স্বাধীনতা সংগ্ৰামী লগতে সত্ৰীয়া সংস্কৃতিৰ সাধক আছিল সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply