মাজুলীঃ মাজুলীৰ কমলাবাৰীত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান মেলা ।

মাজুলীৰ ২০ খনৰো অধিক বিদ্যালয়ৰ প্ৰায় চাৰিশ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই বিজ্ঞান মেলাত।

লগতে পঢ়কঃবৰপেটাত জ্বলাই দিয়া হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ

ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বিজ্ঞানৰ মডেল প্ৰদৰ্শন, কুইজ আদিকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ অনুস্থিত হৈছে।

প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply