মাজুলীঃ উজনি মাজুলীৰ হালধিবাৰীত পানীত পৰি ছাত্ৰ সন্ধানহীন। সন্ধানহীন ছাত্ৰজন নাম দেৱ বৰা বুলি জানিব পৰা গৈছে।
উজনি মাজুলীৰ খেৰকতীয়া মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছিল ছাত্ৰজনে।
লগতে পঢ়কঃশোণিতপুৰতো অনুষ্টুপীয়াকৈ ঈদ উদযাপন
চাপৰিত থকা ম’হৰ খুটিৰ পৰা ঘৰলৈ আহোতেই এই ঘটনা সংঘটিত হয়।
বৰ্তমান SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও কোনো সন্ধান লাভ কৰা নাই ছাত্ৰজনৰ।