মাজুলীঃ পুনৰ মাজুলীত অঘটন। মাজুলীৰ অফলাঘাট অভিমুখী এচ বি টু চেনিমাই নামৰ ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে এজন যুৱকে।
যুৱক জন যোৰহাটৰ সমীৰণ বৰা বুলি জানিব পৰা গৈছে।
যুৱকজনৰ সন্ধানৰ বাবে SDRFবাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও যুৱকজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।